কলেজ অধ্যক্ষৰ বিৰুদ্ধে পুনৰ সৰৱ ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতি

Home ৰাজ্যকলেজ অধ্যক্ষৰ বিৰুদ্ধে পুনৰ সৰৱ ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতি

কলেজ অধ্যক্ষৰ বিৰুদ্ধে পুনৰ সৰৱ ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতি

by News Desk
72 views
A+A-
Reset

চাবুৱাঃ ডিব্ৰগড় জিলাৰ চাবুৱাৰ উচ্চ শিক্ষানুষ্ঠান ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ সংগঠনটোৰ চাবুৱা অঞ্চলিক সমিতিয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে নেৰানেপেৰা আন্দোলন অব্যাহত ৰখাৰ সময়তে যোৱা ২৩ নৱেম্বৰৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, এছ এফ আই, মটক যুৱ-ছাত্ৰ সন্মিলন, ডি ৱাই এফ আই, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ-মঞ্চ আৰু নিৱনুৱা পৰিষদ চাবুৱা আঞ্চলিক সমিতিয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে পুনৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰিছিল৷

চাবুৱা চাৰিআলিত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি মহাবিদ্যাল খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ দাবী উত্থাপন কৰে৷ মহাবিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়ণৰ নামত বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা পুঁজিৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ মহাবিদ্যালয়খনৰ প্ৰবক্তাৰ লগতে অন্যান্য কৰ্মচাৰীৰ নিস্বাৰ্থ সেৱাৰ বাবেই ডি ডি আৰ মহাবিদ্যালয়খনিয়ে ২০০৫ বষৰ্ত National Assessment and Accreditation councilৰ পৰা  Great-B লাভ কৰাৰ পাছতেই মহাবিদ্যালয়খনৰ উন্নয়ণৰ বাবে বিশ্ববিদ্যলয় অনুদান আয়োগে আগবঢ়াই অনুদান।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0