Home ৰাজ্যএটেনশ্যন টু প্ৰফুল্ল কুমাৰ মহন্ত, আপোনাৰ সমষ্টিত আজিও নাই বিদ্যাুৎৰ সংযোগ

এটেনশ্যন টু প্ৰফুল্ল কুমাৰ মহন্ত, আপোনাৰ সমষ্টিত আজিও নাই বিদ্যাুৎৰ সংযোগ

by News Desk
56 views
A+A-
Reset

বঢ়মপুৰঃ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিৰ এটি এলেকাত বিদ্যুৎৰ পোহৰ দেখা নাই শ-শ লোকে৷ প্ৰায় ৯টা বছৰ ৰাজ্য খনৰ মুখ্যমন্ত্ৰী হৈ থকা লোকগৰাকীৰ সমষ্টিৰ বহু লোকৰ বাবে বিদ্যুৎৰ পোহৰ দেখাটো এক সপোন হে মাথো৷ হয়, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কথাকে কৈছো৷ ছাত্ৰৰ আন্দোলন, অসম আন্দোলনৰ হোতা তথা দেশৰ ভিতৰতে কনিষ্ঠ মুখ্যমন্ত্ৰী ৰূপে একালত শপত লোৱা মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ সমষ্টিৰ ৰাইজৰ সমস্যাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷

কিছুদিন পূৰ্বে newsnextone.com-এ মহন্তৰ সমষ্টিৰ লোকে কৰ পৰা কি পানী সেৱন কৰে তাৰ এটি প্ৰতিবেদন প্ৰকাশ কৰিছলো৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ এলেকাৰ কন্দলীৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়৷ ঐতিহ্যমণ্ডিত বাদুলি খুৰুংৰ বাবে বিখ্যাত কন্দলীত ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তিনি-চাৰি কিঃ মিঃ পৰ্যন্ত দূৰলৈ যাব লগা হয়৷ মেলেৰিয়া অধ্যুষিত কন্দলি অঞ্চলত জনজাতি লোক বসবাস কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0