Home ৰাজ্যনলবাৰীত বিজেপিৰ দলীয় সভা, কংগ্ৰেছ বুলি কলে এতিয়া মানুহে মুখ কোচাই

নলবাৰীত বিজেপিৰ দলীয় সভা, কংগ্ৰেছ বুলি কলে এতিয়া মানুহে মুখ কোচাই

by News Desk
61 views
A+A-
Reset

নলবাৰীঃ নলবাৰী টাউনত শনিবাৰে বিজেপিৰ এখন দলীয় সভা অনুষ্ঠিত হয়। বিজেপি নেতা জয়জয়ৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাত দলটোৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা উপস্থিত থাকি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷ কংগ্ৰেছ দলক এতিয়া ৰাইজে মুখ কোচাই। বিগত ৭০ বছৰ ধৰি দেশ-ৰাজ্যত কংগ্ৰেছে মাথো নিজৰ উন্নয়ন-বিকাশ কৰিছে যদিও ৰাইজৰ কোনো লাভ নহল। এতিয়া দেশৰ নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন দুই চৰকাৰে ৰাইজৰ উন্নয়ণ-বিকাশৰ কাম আৰম্ভ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ কাম কাজ দেখি চৌদিশে ৰাইজ বিজেপি মুখি হোৱাই নহয় সদ্য সমাপ্ত উত্তৰ প্ৰদেশৰ নগৰ সমিতিৰ নিৰ্বাচনত কংগ্ৰেছ দলক উৎখাত কৰিলে বুলি দোহাৰে। শৰ্মাই পুনৰ কয় যে অসমত পঞ্চায়ত নিৰ্বাচন সমাগত। গতিকে এই নিৰ্বাচনত ৰাইজে বিজেপিক ভোট দি একোখন উন্নয়নমুখী জিলা পৰিষদ, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত গঠনৰ চিন্তা কৰক। সভাত বিজেপিৰ ৰাজ্যিক সম্পাদক অমিয় ভূঞাই উপস্থিত থাকি কংগ্ৰেছ আজি দেশৰ লগতে অসমতো নিশেষ হ’ব ধৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0