Home ৰাজ্যহালোৱাটিঙত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ

হালোৱাটিঙত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ

by News Desk
59 views
A+A-
Reset

আমগুৰিঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদত উত্তাল হ’ল অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং৷ একাংশ যুৱক ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহি  নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবী জনায়৷ নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ লগতে অবৈধ কয়লাৰ ব্যৱসায় বন্ধ কৰাৰ দাবীত অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চই নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত আমগুৰিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত ডেৰঘণ্টা অসম নগালেণ্ড সংযোগী ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ ফলত সীমান্তৱৰ্তী অঞ্চলটোৰ পথত শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0