58
দিল্লীঃ যোৱা ১৪ ডিচেম্বৰত কাৰ্বি পাহাৰৰ পৰা বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে এখন ৰেল যোগে দিল্লীলৈ যাত্ৰা কৰে৷ ডিফুৰ ৰেলষ্টেছনৰ পৰা যাত্ৰা কৰা লোকসকলে দিল্লীত উপস্থিত হৈ স্বায়ত্ত ৰাজ্যৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰায় দুই সহস্ৰাধিক লোকে মঙলবাৰে নতুন দিল্লীৰ ৰামলীলা ময়দানত তিনি পাৰ্বত্য জিলা কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু ডিমা হাচাওক সামৰি ভাৰতীয় সংবিধানৰ অধিনত স্বায়ত্ত ৰাজ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷
