56
শিৱসাগৰঃ থলুৱা ব্যৱসায়ীয়ে বাংলাদেশৰ পৰা শ্ৰমিক হায়াৰ কৰি আনি কামত নিয়োগ কৰাৰ সন্দেহ কৰি মঙলবাৰে লাচিত সেনাই অভিযান চলাই৷ উজনিৰ বিশিষ্টি উদ্যোগপতি, সমাজকৰ্মী প্ৰসন্ন দত্তৰ ব্যৱসায়স্থলিত বাংলাদেশৰ শ্ৰমিকে কাম কৰি থকা বুলি সন্দেহ কৰে উজনিৰ আগশাৰীৰ সংগঠন লাচিত সেনাই।
