58
তুলসীবাৰীঃ অসম আন্দোলনত শ্বহীদ যতীন কলিতাৰ ৩৭ সংখ্যক ছহিদ দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই অহা ২২ ডিচেম্বৰত স্থানীয় শ্বহীদ ভৱন প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলগীয়া কাৰ্যসূচী অনুসৰি পুৱা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব বিশ্ব কলিতাই৷