Home ৰাজ্যকাৰ্বি পাহাৰত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ কৰুণ মৃত্যু

কাৰ্বি পাহাৰত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ কৰুণ মৃত্যু

by News Desk
49 views
A+A-
Reset

খেৰণিঃ ৰাজ্যত প্ৰতি খন জিলাত হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চিলডুবিৰ ৰেবাবালি অঞ্চলতো অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ তাৰ মাজতে, বনৰীয়া হাতীৰ আক্রমণত ৰেবাবালিত এজন অচিনাক্ত লোকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সষ্টি কৰিছে অঞ্চলটোত৷

জানিব পৰা মতে, অচিনাক্ত লোকজন কিছুদিনৰ পৰা ৰেবাবালি অঞ্চলত ঘুৰা-ফুৰা কৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে৷ লোকজন মানসিক বিকাৰগ্ৰস্ত বুলি সনদ্হে কৰিছিল ৰাইজে৷ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা প্ৰায় ৪০ বছৰীয়া লোকজনে এটা কলা পেন্ট আৰু স্পৰ্টিং পৰিধান কৰি আছিল। পুৱাৰ ভাগত স্থানীয় ৰাইজে লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষী আৰু বন বিভাগক খৱৰ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0