71
ডিজেটেল ডেস্কঃ অৱশেষত লালুৰ বিপক্ষে ৰায় দিলে ন্যায়ালয়ে। প্ৰায় দুই দশক পুৰণি পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হ’ল আৰ জে ডি প্ৰধান তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ।
দীৰ্ঘ দিনীয়া প্ৰতিক্ষাৰ অন্তত শনিবাৰে ৰাঁচিত পশুখাদ্য কেলেংকাৰীত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক চিবিআইৰ বিশেষ আদালতৰ দোষী সাব্যস্ত কৰে।চিবিআইৰ বিশেষ আদালতৰ বিচাৰক শিৱপাল সিঙৰ আদালতে দোষী সাব্যস্ত কৰে লালুক।