54
কাকপথাৰঃ উজনিৰ তিনিচুকীয়া জিলাত বছৰ বছৰ ধৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলি থকা অভিযোগ উত্থাপন হৈ অহাৰ সময়তে জিলা খনৰ কাকপথাৰত বন বিভাগৰ অভিযানত জালত পৰিল কাঠ ভৰ্তি ট্ৰাক৷ কাকপথাৰ বনাঞ্চলিক কাৰ্যালয়ে অভিযান চলাই ট্ৰাক দুখন জব্দ কৰা বুলি জানিব পৰা গৈছে৷
