শিৱসাগৰৰ উপায়ুক্তই শ্ৰেষ্ঠ অসমীয়া আনন্দ ৰাম বৰুৱাক অপমান কৰাৰ অভিযোগ

Home ৰাজ্যশিৱসাগৰৰ উপায়ুক্তই শ্ৰেষ্ঠ অসমীয়া আনন্দ ৰাম বৰুৱাক অপমান কৰাৰ অভিযোগ

শিৱসাগৰৰ উপায়ুক্তই শ্ৰেষ্ঠ অসমীয়া আনন্দ ৰাম বৰুৱাক অপমান কৰাৰ অভিযোগ

by News Desk
89 views
A+A-
Reset

দিচাংমুখঃ একালৰ আহোম ৰজাৰ ৰাজধানী এতিয়া অৱহেলিত৷ ৬০০ বছৰীয়া আহোমৰ ৰাজত্ব কালৰ স্মৃতি বিজড়িত শিৱসাগৰ জিলাক ৰাজ্য চৰকাৰ শিৱসাগৰ জিলা প্ৰশাসনে অৱহেলা কৰাৰ অভিোগ নতুন নহয়৷ ৬০০ বছৰীয়া আহোমৰ ৰাজত্ব কালৰ স্মৃতি সমূহ কৰবাত যদি পানীত ডুব যায় আন কৰবাত দেৱাল খহি পৰে। চকুৰ সন্মুখতে ধ্বংসৰ দিশে আহোম ৰজাৰ ৰাজধানী৷

এনে বিড়ম্বনাৰ মাজেৰে অসমীয়া জাতিৰ আগবাঢ়ি গৈছে৷ ৰাজ্যৰ ঐতিহাসিক সমলেৰে পুষ্ট চহৰ বুলি কলে শিৱসাগৰ জিলাৰ নামেই মনলৈ আহে৷ শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷ আহোম ৰজাৰ দিনৰ বৰ বৰ পুখুৰী, পেটুধুৱা পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাসমূহত আজিও ভৰপূৰ। শিৱদৌল, বিষ্ণু দৌল, দেৱী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0