50
দক্ষিণ শালমাৰাঃ শনিবাৰে দক্ষিণ শালামাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ ছপা আৰু বৈদ্যুতিন মাধ্যমত কাম কৰি থকা সাংবাদিক সকল একত্ৰিত হয়৷
দক্ষিণ শালমাৰা প্ৰেছ ক্লাৱ গঠন কৰাৰ উদ্দেশ্যে একত্ৰিত এখন সভা অনুষ্ঠিত কৰি ইউনুছ আলি মোল্লাক সভাপতি আৰু ইনানুৰ ৰহমানক সম্পাদক হিচাপে লৈ দক্ষিণ শালামাৰা জিলা প্ৰেছ ক্লাৱৰ সমিতি গঠন কৰা হয়।