66
কামপুৰঃ নগাঁও জিলাৰ ধিং আৰক্ষীয়ে শনিবাৰে নিশা কচুৱাৰ ৰাঙলু বস্তিত অভিযান চলাই অস্ত সহ ডকাইত আটক কৰিবলৈ সক্ষম হয়৷
আৰক্ষীৰ অভিযানত এটা হাতে হস্ত নিৰ্মিক বন্দুক, এক জাঁই গুলী সহ হনুফা নামৰ ডকাইত জন আৰক্ষীৰ জালত পৰে৷