Home ৰাজ্যঅখিলক পুনৰ গ্ৰেপ্তাৰ কৰাত জাঙুৰ খাই উঠিছে চাবুৱাৰ সংগঠন

অখিলক পুনৰ গ্ৰেপ্তাৰ কৰাত জাঙুৰ খাই উঠিছে চাবুৱাৰ সংগঠন

by News Desk
63 views
A+A-
Reset

ডিব্ৰুগড়ঃ দীনদয়াল উপাধ্যায় কলেজৰ নামফলক মচি কলা গুৰু বিষ্ণুৰাভাৰ নামেৰে নামকৰণ কৰাত গোৱালপাৰাৰ দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰে অসম চৰকাৰ তথা অসম আৰক্ষীয়ে৷

অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে পিছতেই সমগ্র অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যৰ কেইবাটাও দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক নেতা অখিল গগৈক আক্ৰোশমূলকভাৱে দুধনৈ আৰক্ষীয়ে পুণৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে চাবুৱা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, চাবুৱা আঞ্চলিক মটক ছাত্ৰ সন্থা, সন্মিলিত অসমীয়া যুৱ শক্তি অসম, মানৱ অধিকাৰ সংগ্ৰাম সমিতি অাৰু সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0