57
দলংঘাটঃ দৰং জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ৰ সমীপত সোমবাৰে ৰজাদিনীয়া তাম্ৰলিপি উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হয়৷
জিলাখনৰ দেওমৰনৈৰ সমলা-ঝাকুৱাপাৰাৰ শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ত এক্সেভেটৰেৰে মাটি খান্দি থকা অৱস্থাত ৫খন কৈ তাম্ৰলিপি উদ্ধাৰ হয়। বাসুদেৱ দেৱালয়ৰ সমীপত এক্সেভেটৰেৰে মাটি খান্দি থকা অৱস্থাত হঠাৎ প্ৰকাণ্ড টান মাটি লাডু এটা উঠি আহে৷