কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা, লোক কৃষ্টি, সংস্কৃতিৰ গুৰু ৰাংচিনা ছাৰপ’ক স্মৰণ

Home ৰাজ্যকাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা, লোক কৃষ্টি, সংস্কৃতিৰ গুৰু ৰাংচিনা ছাৰপ’ক স্মৰণ

কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা, লোক কৃষ্টি, সংস্কৃতিৰ গুৰু ৰাংচিনা ছাৰপ’ক স্মৰণ

by News Desk
199 views
A+A-
Reset

খেৰণিঃ কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা, লোক কৃষ্টি, সংস্কৃতি, গীত-বাদ্যযন্ত্ৰৰ স্ৰষ্টা তথা গুৰু ৰাংচিনা ছাৰপ’ক সোমবাৰে কাৰ্বি ৰাইজে স্মৰণ কৰে৷ কাৰ্বি আংলঙৰ জেৰিকীন্দেঙত অনুষ্ঠিত অনুষ্ঠানৰ জৰিয়তে কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা, লোক কৃষ্টি, সংস্কৃতি, গীত-বাদ্যযন্ত্ৰৰ স্ৰষ্টা বুলি জনাজাত ৰাংচিনা ছাৰপ’ক শ্ৰদ্ধাঞ্জলি যাচে ৰাইজে৷ কাৰ্বি সংহাৰী ধৰম আমেই, জেৰিকীনন্দেং লংৰী সমিতিৰ উদ্যোগত জেৰিকীনন্দেং খেল পথাৰত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ 

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল ৰাংচিনা ছাৰপৰ স্মৃতিচাৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী ৰূপছিং টেৰণ, কাৰ্বি সংহাৰী ধৰম আমেই, জেৰিকীনন্দেং লংৰী সমিতিৰ বিষয়-ববীয়া আৰু কেইবাশতাধিক স্থানীয় লোক উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0