টিৰাপ-জাগুনত অটল অমৃত যোজনাৰ হেল্থ কাৰ্ডৰ প্ৰ-পত্ৰ পূৰণত অৰাজকতা

Home ৰাজ্যটিৰাপ-জাগুনত অটল অমৃত যোজনাৰ হেল্থ কাৰ্ডৰ প্ৰ-পত্ৰ পূৰণত অৰাজকতা

টিৰাপ-জাগুনত অটল অমৃত যোজনাৰ হেল্থ কাৰ্ডৰ প্ৰ-পত্ৰ পূৰণত অৰাজকতা

by News Desk
58 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ ৰাজ্যৰ বিভিন্ন গাঁৱত এতিয়া অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা, মধ্যবিত্ত লোকৰ সহায়ৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে৷ দেশৰ একাংশ জনসাধৰণ এই আঁচনিখনৰ খনৰ জৰিয়তে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে৷ দৰিদ্ৰ লোকে যাতে জটিল ৰোগ সমূহৰ চিকিৎসা সহজতে কৰিব পাৰে তাৰ বাবে এই আঁচনি ৰূপায়ণ কৰে৷

হৃদ ৰোগ, কৰ্কট ৰোগ, বৃক্কৰ ৰোগ, নৱজাতকৰ ৰোগ, জুইয়ে পোৰা আৰু স্নায়বিক ৰোগৰ চিকিৎসা কৰাত সহায়ৰ বাবে চৰকাৰে এই আঁচনি ৰূপায়ণ কৰে৷ তিনিচুকীয়া জিলাতো অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ কিন্তু জিলা খনৰ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ-জাগুনত অটল হেল্থ কাৰ্ড প্ৰদানৰ প্ৰ-পত্ৰ পূৰণৰ নামত চৰম অৰাজকতাই দেখা দিয়া পৰিলক্ষিত হৈছে৷ হেল্থ কাৰ্ডৰ বাবে প-পত্ৰ পূৰণৰ অস্থায়ী কেন্দ্ৰ সমূহত কাম কৰা মানুহৰ সংখ্যা কম হোৱা দেখা যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0