55
কোকৰাঝাৰঃ কোকৰাঝাৰৰ বডোফা চহৰ নিৱাসী চক্ৰসিং মুছাহাৰীয়ে অসমৰ পৰা একমাত্ৰ ব্যৱসায় ক্ষেত্ৰত প্ৰতিশ্ৰুতি সম্পন্ন যুৱ আইকন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
বুধবাৰে পিংক চিটি জয়পুৰত ৰাজস্থানৰ কৃষিমন্ত্ৰী প্ৰভুলাল চাইনী আৰু ৰাজস্থান বিত্ত আয়োগৰ অধ্যক্ষ জ্যোতি কিৰণ শুক্লাৰ উপস্থিতিত কোকৰাঝাৰৰ ব্যৱসায়ী, ঠিকাদাৰ তথা সমাজকৰ্মী চক্ৰসিং মুছাহাৰীয়ে বিছনেচ ৰেংকাৰ্চ গ্ৰুপৰ পৰা উক্ত বঁটা গ্ৰহণ কৰে।