70
নামতিঃ একাংশ লোকে ছচিয়েল নেটৱৰ্কিং ছাইট যেনে ফেচবুক আৰু মেচেজিং এপ যেনে ৱাটছএপক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এগৰাকী যুৱকে এটা ঐতিহ্যমণ্ডিত জনগোষ্ঠীক অপমান কৰি গ্ৰেপ্তাৰ হ’ব লগা হয়৷
বিভিন্ন সময়ত বিদ্বেষজনক মন্তব্য, আপত্তিজনক ফটো-ভিডিঅ’ৰ বাবে বহু লোক জেল হাজোতত যাব লগা হোৱাৰ সময়তে ফেচবুকত আহোম জাতিৰ উদ্দেশ্যে অশালীন মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ব লগা হয়৷