Home ৰাজ্যনগাঁৱত ‘কবিতাৰ দিন’ অনুষ্ঠানেৰে নৱকান্ত বৰুৱাক স্মৰণ

নগাঁৱত ‘কবিতাৰ দিন’ অনুষ্ঠানেৰে নৱকান্ত বৰুৱাক স্মৰণ

by News Desk
59 views
A+A-
Reset

নগাঁওঃ নগাঁও চহৰত শুকুৰবাৰে ব্যতিক্ৰমীৰূপত অনুষ্ঠিত কৰা হয় এক বিশেষ কবিতাৰ অনুষ্ঠান৷ বিগত সময়ৰ দৰে এইবাৰো কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ ওপজা দিনটো ‘কবিতাৰ দিন’ হিচাপে পালন কৰে অকণি সাহিত্য সভাই৷

প্ৰথিতযশা কবি নৱকান্ত বৰুৱাই ওমলি-জামলি সোণালী শৈশৱ পাৰ কৰা নগাঁও চহৰৰ বৰবজাৰস্থিত পুৰণি ভেটিৰ চোতালতে বহি বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা নবীন-প্ৰবীন কবিসকলে কবিতাৰ সম্ৰাট গৰাকীক স্মৰণ কৰে৷ শিল্পী আতিকুৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই মনোগ্ৰাহী অনুষ্ঠানত কবিসকলে পাঠ কৰা কবিতাৰ ধ্বনিৰে মুখৰিত হৈ পৰে কবিতাৰ সম্ৰাটৰ চোতাল ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0