Home ৰাজ্যআনন্দৰাম বৰুৱা একাডেমীৰ হোষ্টেলৰ পৰা কলৈ গ’ল ৰেস্মিতা

আনন্দৰাম বৰুৱা একাডেমীৰ হোষ্টেলৰ পৰা কলৈ গ’ল ৰেস্মিতা

by News Desk
56 views
A+A-
Reset

পাঠশালাঃ মই পাঠশালা থানাক হাতযোৰ কৰিছো মোৰ ছোৱালীটো যাতে বিহিত ব্যৱস্থা লৈ উলিয়াই দিয়ে৷ এগৰাকী পিতৃয়ে এতিয়া হাতত এখন ফটো লৈ হাহাকাৰ কৰি ঘুৰি ফুৰিছে বৰপেটা জিলাৰ পাঠশালাত৷ মহানগৰীৰ জালুকবাৰীৰ ৫ নং ওৱাৰ্ডৰ শ্বৰীফ উল্লাৰ বৰ কন্যা ৰেস্মিতা বেগমক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল৷

যাৰ বাবে সৰুৰে পৰা কন্যাৰ পঢ়া-শুনাত গুৰুত্ব প্ৰদান কৰিছিল৷ ৰেস্মিতাই মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছত ৰাজ্যৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বৰপেটা জিলাৰ আনন্দৰাম বৰুৱা একাডেমীত নাম লগাই দিছিল৷ এবছৰ পূৰ্বে শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰাই দি হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিয়ে৷ যোৱা এটা বছৰে হোষ্টেলত থাকি ভালদৰে পঢ়া শুনা কৰি আছিল যদিও যোৱা ৫ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হয় যুৱতীগৰাকী৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0