74
গুৱাহাটীঃ কৃষক নেতা অখিল গগৈয়ে শনিবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ শুকুৰবাৰে কাজিৰঙা অৰ্কিড উদ্যানৰ পৰা নিজ ঘৰত উপস্থিত হৈছিল গগৈয়ে৷
তাৰ পিছতে শনিবাৰে হঠাৎ নিজ ঘৰত থকাৰ সময়তে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত প্ৰথমে নিজ ভৰতে চিকিৎসা কৰে যদিও পৰিয়ালে কিছু সময় পিছতে কৃষক নেতা অখিল গগৈক গোলাঘাটৰ কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷