Home ৰাজ্যকৰিব মানৱ সেৱা, সুধাকন্ঠৰ প্ৰতিমূৰ্তিত বহি ফটো উঠা যুৱতীয়ে মূৰ দোৱালে

কৰিব মানৱ সেৱা, সুধাকন্ঠৰ প্ৰতিমূৰ্তিত বহি ফটো উঠা যুৱতীয়ে মূৰ দোৱালে

by News Desk
A+A-
Reset
26112177_557482884632129_5513597235029488513_n

ডিব্ৰুগড়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰ্কত থকা সুধাকন্ঠ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তিত বহি ফটো উঠা যুৱতীগৰাকীয়ে অৱশেষত ক্ষমা বিছাৰিলে অসমবাসীক৷  আৱক্ষ প্ৰতিমূৰ্তিটোত বহি এগৰাকী যুৱকীয়ে ফটো উঠি ফেচবুকৰ নিজৰ একাউন্টত আপলোড কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ফটোখন৷ ৰাজ্যত বহু লোকে ফেচবুকত ফটো খন চেয়াৰ কৰি যুৱতীগৰাকীক কাণ্ডজ্ঞানহীন বুলি সমালোচনা কৰিছিল৷

প্ৰতিমূৰ্তিটোৰ মধ্যম অংশত বহি ফটোৰ বাবে পজ দিয়া যুৱতীগৰাকীয়ে অৱশেষত সুধাৰন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত মূৰ দোৱাই সেৱা জনাই চাকি জ্বলাই৷ সেই ফটো ফেচবুকত আপলোড কৰি তেও কৰা ভুলৰ বাবে ৰাইজক ক্ষমা বিছাৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0