Home ৰাজ্য‘মিছন তেজস্বী’ৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই

‘মিছন তেজস্বী’ৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই

by News Desk
96 views
A+A-
Reset

বিহালীঃ এনিমীয়া তথা ৰক্তহীনতা ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ‘মিছন তেজস্বী’ নামৰ এখন আঁচনি৷ মিছন তেজস্বীৰ জৰিয়তে আমাৰ ৰাজ্যখনত এনিমীয়াত ভোগা লোকক সহায় কৰাৰ চেষ্টা চলাব চৰকাৰে৷ এই ৰোগত আক্ৰান্ত বহু শিশু আৰু গৰ্ভৱতী মহিলাই উপযুক্ত চিকিৎসা লাভ কৰিবলৈ সক্ষম নহয়৷ ৰক্তহীনতা আৰু ইয়াৰ বাবে হোৱা বিভিন্ন ৰোগৰ বাবে জন্মৰ পিছত বহু শিশু আৰু গৰ্ভৱতী মহিলা মৃত্যুমুখত পৰে৷

ৰাজ্যখনত এনে মৃত্যু ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘মিছন তেজস্বী’ আঁচনি শনিবাৰে বিহালী প্ৰাথমিক চিকিৎসা কেন্দ্ৰত শুভৰাম্ভ কৰে বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0