106
গুৱাহাটীঃ ২০১৮ বৰ্ষৰ প্ৰথমটো পুৱাই ৰাজ্যৰ নাগৰিকৰ বাবে আহে ভাল খবৰটো৷ ২০১৭ চনৰ অন্তিমটো দিন ৩১ ডিচেম্বৰৰ মাজ নিশা এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশ পায়৷ অসমীয়া জাতিৰ দীৰ্ঘদিনিয়া সংগ্ৰামৰ ফল স্বৰূপে এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশ পায়৷
