Home ৰাজ্যহাতীগড় চাহ বাগিচাত অগ্নিকাণ্ড, জাহ গ’ল ১০ দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

হাতীগড় চাহ বাগিচাত অগ্নিকাণ্ড, জাহ গ’ল ১০ দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

by News Desk
63 views
A+A-
Reset

ওদালগুৰিঃ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আনন্দ উলাহৰ মাজতে ওদালগুৰি চহৰৰ সমীপত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ দৰিদ্ৰ শ্ৰমিকৰ ১০টাকৈ বাসগৃহ জাহ যায়৷ নৱবৰ্ষৰ পহিলা দিনটোত ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিচাত সংঘটিত হয় অগ্নিকাণ্ড৷

অগ্নিকাণ্ডৰ ফলত চাহ বাগিচাখনৰ শ্ৰমিকৰ ১০টাকৈ আৱাসগৃহ সম্পূৰ্ণকৈ জাহ যোৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় দৰিদ্ৰ পৰিয়াল কেইটাৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0