52
মোৰাঝাৰঃ ৰাজ্যত বনজ সম্পদৰ ধ্বংস যজ্ঞ অব্যাহত থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বন বিভাগে অভিযান ৰাখিছে হোজাই জিলাত৷ ইতিমধ্যে যোৱা ৪টা দিনৰ ভিতৰত প্ৰায় ১০ খনৰ বালি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷
অবৈধ ভাৱে বালি কঢ়িওঁৱা ট্ৰাক আৰু টাটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়৷ ডবকাৰ দেৱস্থানৰ ১নং মহলৰ অধিনৰ নগাঁৱৰ আমিন পট্টিৰ আহমেদ মাজুমদাৰ নামৰ লোকজনে বালিৰ প্ৰকৃত মহলদাৰক আওকাণ কৰি বালিৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷