64
নলবাৰীঃ নলবাৰী ৰেল ষ্টেছনত বৃহস্পতিবাৰে চলন্ত ৰেলৰ পৰা পৰি এগৰাকী যুৱতী গুৰুতৰ ভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নামনিমুৱা বিকানেৰ এক্সপ্ৰেছ নামৰ চলন্ত ৰে’লখন পৰা পৰে যুৱতীগৰাকীয়ে৷ ৰেল খনে নলবাৰী ষ্টেছন অতিক্ৰম কৰিব খোজাৰ সময়তে জপিয়াই যুৱতীগৰাকীয়ে। আহত যুৱতীগৰাকীক ৰঙিয়াৰ চিৰাখুন্দিৰ নুৰজাহান বেগম বুলি জানিব পৰা গৈছে।