কাৰ্বি পৰিষদৰ প্ৰধান তুলিৰামে আধাৰশিলা স্থাপন কৰিলে ১০খনকৈ আঁচনিৰ

Home ৰাজ্যকাৰ্বি পৰিষদৰ প্ৰধান তুলিৰামে আধাৰশিলা স্থাপন কৰিলে ১০খনকৈ আঁচনিৰ

কাৰ্বি পৰিষদৰ প্ৰধান তুলিৰামে আধাৰশিলা স্থাপন কৰিলে ১০খনকৈ আঁচনিৰ

by News Desk
51 views
A+A-
Reset

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আধাৰশিলাৰ স্থাপনৰ চমক অব্যাহত আছে৷ বিজেপি দলে পৰিষদ গঠন কৰাৰ পিছৰে পৰা নিতৌ ন-ন আঁচনিৰ আধাৰশিলা স্থাপন কৰি যেন ইতিহাস হে ৰচনা কৰিবলৈ ওলাইছে৷ পৰিষদৰ বিভিন্ন সমষ্টিৰ লগতে বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫টাকৈ পৰিষদীয় সমষ্টিত বৃহস্পতিবাৰে ১০টা আঁচনিৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে৷

বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিডিপি বজাৰ পৰা লাহৰিজানৰ গৌতমবস্তি সংযোগী ১১ কিঃমিঃ পথ, বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ক্ৰমে চানদে বজাৰ সংযোগী ২ কিঃমিঃ পথ, তেতেলীগুৰী সংযোগী ১.৫৭ কিঃমিঃ পথ, বোকাজান ৰেল আস্থান সংযোগী ২ কিঃমিঃ পথ, ডিলাওজান সংযোগী ২ কিঃমিঃ পথ, বোকাজান ৰেল আস্থানৰ পৰা পুৰণি এনডি পথ সংযোগী ০.৭৩ কিঃমিঃ পথ, বোকাজান নগৰৰ ০.৭০ কিঃমিঃ পথ, সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰামানগৰ জপৰাজান ১৩.৭৮ কিঃমিঃ পথৰ আধাৰশিলা স্থাপন কৰে তুলিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0