62
নলবাৰীঃ মঙলবাৰে বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ সমষ্টি ঘোগ লাওঁতোলা গাঁও পঞ্চায়তত বিধায়ক নাৰায়ণ ডেকাই প্ৰধানমন্ত্ৰী উজ্জলা যোজনাৰ অধীনত দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ বিতৰণ কৰে।
বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ বিতৰণ কৰি বৰক্ষেত্ৰীৰ সচেতন লোকক চৰকাৰৰ বিভিন্ন লাভজনক আঁচনি সমূহৰ কথা দৰিদ্ৰ জনসাধাৰণক অৱগত কৰাবৰ বাবে আহ্বান জনাই বিধায়ক ডেকাই৷