51
উৰিয়ামঘাটঃ পালছাৰ বাইক চোৰ কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল তিনি যুৱক৷ ধনশিৰি মহকুমা বৰপথাৰ অাৰক্ষী থানাৰ সমীপৰ এঘৰ লোকৰ ঘৰত মঙলবাৰে নিশা বাইক চোৰ কৰিবলৈ আহি ৰাইজৰ জালত পৰে তিনি বাইক চোৰ৷
বৰপথাৰ আৰক্ষী থানাৰ সমীপৰ এটি পৰিয়ালৰ এএছ-০৫-এফ-০৩৭২ নম্বৰৰ এখন পালছাৰ ১৫০ চিচিৰ বাইক চুৰি কৰাৰ চেষ্টা কৰৰা সময়তে পৰিয়ালৰ লোকে অৱগত হোৱাত চিঞৰ বাখৰ কৰে৷