56
মঙলদৈ/খাৰুপেটীয়াঃ দৰং জিলৰ ধূলাত আৰক্ষীৰ গুলীত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ আৰক্ষীয়ে শূণ্যত গুলী ফুটাই প্ৰতিবাদকাৰীক খেদাৰ চেষ্টা কৰাৰ সময়তে মহিদুল ইছলাম নামৰ এজন প্ৰতিবাদকাৰৰী দেহত গুলী লাগি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে প্ৰতিবাদৰাকীয়ে শিলাবৰ্ষণ কৰাত দৰং জিলাৰ আৰক্ষীৰ শীৰ্ষ বিষয়া দেৱাজ্ঞন শৰ্মা, চন্দন গোস্বামী ধ্ৰুৱ বৈশ্য গুৰুতৰ ভাৱে আহত হয়। বিষয়া দুগৰাকীয়ে চিকিসালয়ত ভৰ্তি কৰিব লগা হয়৷
