Home ৰাজ্যৰাজ্য চৰকাৰৰ উদ্যোগত বটদ্ৰৱাত ভাওঁনা সমাৰোহ

ৰাজ্য চৰকাৰৰ উদ্যোগত বটদ্ৰৱাত ভাওঁনা সমাৰোহ

by News Desk
58 views
A+A-
Reset

ধিংঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনাৰ সমাৰোহ ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বটদ্ৰৱাত৷ ভাওঁনা সমাৰোহ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত ৰাজ্য চৰকাৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে৷

সমাৰোহ উদ্বোধন কৰে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই। বৰপেটা, মাজুলী, বটদ্ৰৱা অাৰু জামুগুৰিহাটৰ বাৰচহৰীয়াৰ একোখনকৈ ভাওঁনা প্ৰদৰ্শন কৰা হ’ব। ভাওঁনা সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0