60
ডিজিটেল ডেস্কঃ এই ধৰণৰ কাহানি আমি চিনেমা-টিভি ছিৰিয়েলত দেখিবলৈ পাওঁ। কিন্তু চিনেমাৰ কাহানিকে বাস্তৱ কৰি দেখুৱালে দিল্লীৰ এগৰাকী লোকে।
যদিও অৱশেষত আৰক্ষীৰ জালত বিমানসেৱিকা সহ লোকজন। মাহৰ পিছত মাহ ধৰি বিমানসেৱিকাৰ দ্বাৰা অবৈধ ভাবে বিদেশী টকা সৰবৰাহ কৰি আহিছিল অমিত মালহোত্ৰা নামৰ লোকজনে।