Home ৰাজ্যমাৰ্ঘেৰিটাত নিজৰ AK-47ৰে আত্মহত্যা আৰক্ষীৰ কনিষ্টবলৰ

মাৰ্ঘেৰিটাত নিজৰ AK-47ৰে আত্মহত্যা আৰক্ষীৰ কনিষ্টবলৰ

by News Desk
57 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ টিপঙত মঙলবাৰে এগৰাকী অসম আৰক্ষীৰ কনিষ্টবলে নিজৰ চাৰ্ভিচ বন্দুকেৰে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ নিজৰ AK47ৰে মূৰত গুলীচালনা কৰি আত্মহত্যা কৰে নিৰ্মল মূৰ্মূ নামৰ কনিষ্টবলগৰাকীয়ে৷

ওদালগুৰি জিলাৰ বাসিন্দা নিৰ্মলে কি কাৰণত আত্মহত্যা কৰিলে সেই কথা জানিব পৰা হোৱা নাই৷ জানিব পৰা মতে, ৩১ ডিচেম্বৰৰ নিশা NRCৰ প্ৰথম খন খচৰা প্ৰকাশ কৰা প্ৰাক মুহূৰ্তত উদ্ভৱ হ’ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ টিপং ৰঙ্গ মঞ্চত অস্থায়ী কেম্প পাতি প্ৰশাসনে কনিষ্টবল ৰখাৰ ব্যৱস্থা কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0