Home ৰাজ্যNRCৰ ৰাজ্যিক সমন্বয়ক সাক্ষাৎ নাথ যোগী সন্মিলনী-নাথ যোগী ছাত্ৰ সন্থাৰ

NRCৰ ৰাজ্যিক সমন্বয়ক সাক্ষাৎ নাথ যোগী সন্মিলনী-নাথ যোগী ছাত্ৰ সন্থাৰ

by News Desk
77 views
A+A-
Reset

কোকৰাঝাৰঃ যোৱা ৩১ ডিচেম্বৰৰ মাজনিশা এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যজুৰি পৰীক্ষণ কাৰ্য চলি আছে৷ তাৰ মাজতে, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু বিটিএডি নাথ যোগী সন্মিলনীৰ এটা প্ৰতিনিধি দল বুধবাৰে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰে৷

এনআৰচিৰ কাম-কাজ যথাসম্ভৱ নিয়াৰীকৈ সম্পন্ন কৰাৰ বাবে হাজেলাক জাতীয় গামোচা, শৰাইৰে সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে। নাথ যোগী ছাত্ৰ সন্থা আৰু বিটিএডি নাথ যোগী সন্মিলনীৰ প্ৰতিনিধি দলটোৱে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা কোনোপধ্যে বাদ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0