122
দক্ষিণ শালমাৰাঃ নামনি অসমৰ ধুবুৰীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত ‘দুৰ্নীতিৰ দৰ্পণ’ৰ শুকুৰবাৰে তৃতীয় বৰ্ষপূৰ্তি পালন কৰা হয়৷
ধুবুৰী লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, ৰেহেনা চুলতানা, কাকতৰ সম্পাদক উপস্থিত থাকে৷ সভাত কাকত কৰ্তৃপক্ষই “দিলীপ চক্ৰৱৰ্তী স্মৃতি” বঁটা প্ৰদান কৰে।