Home ৰাজ্যমোৰাঝাৰত CPIৰ সভা, ইভিএম থকালৈ থাকিব বিজেপি চৰকাৰ

মোৰাঝাৰত CPIৰ সভা, ইভিএম থকালৈ থাকিব বিজেপি চৰকাৰ

by News Desk
61 views
A+A-
Reset

মোৰাঝাৰঃ বহস্পতিবাৰে কেইবাশতাধিক লোকৰ উপস্থিতিত হোজাই জিলাৰ মোৰাঝাৰ বজাৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এখন সভা অনুষ্ঠিত হয়৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ হোজাই জিলা সমিতিয়ে দেশৰ শেহতীয়া পৰিস্থিতি, এনআৰচি, মূল্যবৃদ্ধিৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা সভাত কেইবাগৰাকী নেতাই ভাষণ আগবঢ়ায়৷

নুৰুল ইছলামে আতঁ ধৰা সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে চি পি আইৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা প্ৰাক্তন সাংসদ আজিজ পাছা, অসম ৰাজ্যিক চি পি আইৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক মুনীন মহন্ত, জিতু নাথকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে। খাটি খোৱা, দৰিদ্ৰ, শ্ৰমিকৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা কেন্দ্ৰীয় চৰকাৰে চৰকাৰ গঠন কৰাৰ পিছত বিজেপিয়ে পূজিপতিৰ হৈ হে কাম কৰা বুলি অভিযোগ উত্থাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0