Home দেশআধাৰ কাৰ্ড এতিয়া চৰকাৰৰ সন্মুখত থিয় দিছে বৃহৎ প্ৰত্যাহ্বান ৰূপে, ৩০টাকৈ গোচৰৰ সন্মুখীন

আধাৰ কাৰ্ড এতিয়া চৰকাৰৰ সন্মুখত থিয় দিছে বৃহৎ প্ৰত্যাহ্বান ৰূপে, ৩০টাকৈ গোচৰৰ সন্মুখীন

by News Desk
66 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে আধাৰ কাৰ্ড৷ আধাৰ কাৰ্ডে গোপনীয়তা ভংগ কৰা বুলি ব্যাপক চৰ্চা হৈ অহাৰ সময়তে উচ্চতম ন্যায়ালয়ত আধাৰৰ বিৰুদ্ধে প্ৰায় ৩০ খন আৱেদন দাখিল কৰে কেইবাগৰাকী লোকে৷ এতিয়া আধাৰ কেৱল গোপনীয়তা ভংগৰ প্ৰশ্ন হৈ থকা নাই চৰকাৰ খোদ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷

প্ৰায় ৩০টা গোচৰৰ সন্মুখীন হৈ চৰকাৰ একপ্ৰকাৰ সমস্যাত পৰিছে৷ ২০১২ চনৰ পৰা আধাৰ কাৰ্ডৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে৷ উল্লেখ যোগ্য যে, আধাৰ কাৰ্ডৰ গোচৰৰ শুনানী ইতিমধ্যে ন্যায়ালয়ত আৰম্ভ হৈছে৷ আধাৰ কাৰ্ডৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ৩০ লৈ বৃদ্ধি পাইছে৷ ২০১২ চনত আধাৰ কাৰ্ডৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু হৈছিল যদিও ২০১৭ চনলৈ চৰকাৰে ৩০টা গোচৰৰ সন্মুখীন হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0