Home ৰাজ্যকাৰ্বি পাহাৰত দিন-দুপৰতে বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱ

কাৰ্বি পাহাৰত দিন-দুপৰতে বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱ

by News Desk
73 views
A+A-
Reset

খেৰণিঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত আজিও অব্যাহত আছে৷ দিনে-নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱত ৰাজ্যৰ হাজাৰ হাজাৰ লোকে হাহাকাৰ কৰিব লগা হয়৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্যৰ বন বিভাগে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷

ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই থকা পৰিলক্ষিত গৈছে৷ দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি কেইবাটাও পৰিয়ালক গৃহ হাৰা কৰে। শুকুৰবাৰে দিন-দুপৰতে বনৰীয়া হাতীৰ উপদ্ৰৱ চলাই কাৰ্বি পাহাৰত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0