Home ৰাজ্যগোলাঘাট জিলাৰ টেঙানী গাঁও পঞ্চায়তত অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত ব্যাপক বিসংগতি

গোলাঘাট জিলাৰ টেঙানী গাঁও পঞ্চায়তত অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত ব্যাপক বিসংগতি

by News Desk
64 views
A+A-
Reset

বৰপথাৰঃ দেশ খনক পৰিস্কাৰ কৰি ৰাখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নানা আঁচনি গ্ৰহণ কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই আহিছে৷ প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলো প্ৰকাৰ লোকৰ লগতে সাংসদ, মন্ত্ৰী, বিধায়ক, আমোলাক স্বচ্ছতা, অনাময় আঁচনিৰ সৈতে জৰিত হ’বলৈ আহ্বান জনাই আহিছে৷ সময় সময়ে সাংসদ, মন্ত্ৰী, বিধায়ক, আমোলাই হাতত ঝাড়ু লৈ ৰাজ পথত ফটো উঠাৰ বাবে পজ দিয়া দেখা যায় যদিও সেয়া ক্ষন্তেকীয়া হৈ ৰয়৷

কিয়নো মন্ত্ৰী, বিধায়ক, আমোলাই ফটো উঠিবৰ বাবে পজ দিয়েই দুনাই পৰিস্কাৰ পৰিচ্ছন্নতাক গুৰুত্ব আৰোপ নকৰে৷ যদিওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতা সু-স্বাস্থ্যৰ মূলমন্ত্র আৰু মানুহক নিৰোগী কৰি ৰাখে৷ পৰিষ্কাৰ পৰিৱেশ সভ্য সমাজৰ বাবে প্ৰয়োজন বাবেই মুকলিত মল মূত্ৰ ত্যাগ নকৰিবৰ বাবে চৰকাৰে অনমায়, স্বচ্ছ ভাৰত অভিযানৰ দৰে আঁচনি ৰূপায়ণ কৰে৷ কিন্তু তেনে আঁচনি সমূহ ৰূপায়ণ কৰাৰ পিছত মন্ত্ৰী, বিধায়ক, আমোলাই আঁচনি সমূহ সফল ভাৱে ৰূপায়ণ হৈছে নে নাই তদাৰক কৰা দেখা নাযায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0