55
বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ কঠালগুৰিত শনিবাৰে পুৱাই বন বিভাগে অভিযান চলাই এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷
নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চোৰাং কাঠ সৰবৰাহ বৈ অহা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শনিবাৰে পুৱা উদমাৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এটি দলে তীব্ৰ অভিযান চলাই ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়৷