Home ৰাজ্যঅৰুণাচলৰ চংকিঙত NSCNৰ দুই কেডাৰ আটক

অৰুণাচলৰ চংকিঙত NSCNৰ দুই কেডাৰ আটক

by News Desk
54 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ অৰুণাচলত সেনাই অভিযান চলাই দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ অসম ৰাইফলছৰ ডাও ডিভিজনৰ জয়ৰামপুৰস্থিত সেনাই NSCNৰ কেডাৰ দক্ষিণ অৰুণাচল প্ৰদেশৰ চংকিঙত প্ৰৱেশ কৰা বুলি অৱগত হৈ অভিযান চলাই৷

চংকিঙত অভিযান চলাই এন এচ চি এন আৰৰ দুই কেডাৰক আটক কৰিবলৈ সক্ষম হয়। অভিযান কালত সেনাৰ জালত পৰে ছাননং মাছা আৰু জীমৰেবিছ কিমছিং নামৰ দুই যুৱক। সেনাই যুৱক দুজনৰ পৰা এটা পিস্তল, এটা মেগজিন, ছয় জাঁ‌ই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0