সামৰণি পৰিল বড়ো সাহিত্য সভাৰ অধিৱেশন, বড়ো জনগোষ্ঠীয়ে একত্ৰিত হৈ...

Home ৰাজ্যসামৰণি পৰিল বড়ো সাহিত্য সভাৰ অধিৱেশন, বড়ো জনগোষ্ঠীয়ে একত্ৰিত হৈ কাম কৰিব লাগিব

সামৰণি পৰিল বড়ো সাহিত্য সভাৰ অধিৱেশন, বড়ো জনগোষ্ঠীয়ে একত্ৰিত হৈ কাম কৰিব লাগিব

by News Desk
55 views
A+A-
Reset

মুছলপুৰঃ দেওবাৰৰ পৰা বিটিএডিৰ বাক্সা জিলাৰ সদৰ মুছলপুৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী মকলি সভা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হয়৷ মঙলবাৰে লোকে লোকাৰণ্য হৈ পৰে বিটিএডিৰ বাক্সা জিলাৰ সদৰ মুছলপুৰ৷ যোৱা প্ৰায় দুমাহৰ প্ৰস্তুতিৰ অন্তত দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা বড়ো জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ ৫৭ সংখ্যক অধিৱেশন উপলক্ষে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয়৷

মঙলবাৰে অনুষ্ঠিত হোৱা মুকলি সভাত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সোণোৱালে কয় সাহিত্য হ’ল জাতিৰ দাপোন৷ সাহিত্যৰ জৰিয়তে জাতিৰ পৰিচয় প্ৰতিফলিত হয়৷ সাহিত্যই সদায় জাতিটোক গতিশিল কৰে৷ জাতি গঠনত সাহিত্যই শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে৷ বড়ো জাতিৰ এই অনুষ্ঠানটোৱে বড়ো জনগোষ্ঠীটো সজাগ আৰু সচেতন কৰি যুৱ প্ৰজন্মক দিক নিদৰ্শন কৰি আহিছে বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0