Home ৰাজ্যৰমজানৰ কাণ্ডত ক্ষোভিত ৰাইজ, দৰিদ্ৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত অৰ্থ সংগ্ৰহ

ৰমজানৰ কাণ্ডত ক্ষোভিত ৰাইজ, দৰিদ্ৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত অৰ্থ সংগ্ৰহ

by News Desk
55 views
A+A-
Reset

বঢ়মপুৰঃ ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ সংস্কাৰ সাধনৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও একাংশ শিক্ষকৰ বাবে কাৰ্যসূচী সমূহ সফল ৰূপায়ণত বাধাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হয়৷ বিভিন্ন সময়ত একাংশ শিক্ষকে ধন ঘটাৰ ফাণ্ড পাতি বিভাগটোৰ কাম-কাজত বাধা হৈ থিয় দিয়াৰ অলেখ উদাহৰণ আছে৷ শেহতীয়াকৈ শিক্ষা বিভাগে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ লগতে নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া কৰে৷

কিন্তু ৰাজ্যৰ বহু শিক্ষকে ছাত্ৰৰ পৰা পাঠ্যপুথি প্ৰদানৰ লগতে নামভৰ্তিৰ বাবে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হয়৷ গ্ৰাম্য অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা গ্ৰহণৰ বাবে চৰকাৰী স্কুল কেইখনই একমাত্ৰ ভৰষা যদিও এই সুযোগ গ্ৰহণ কৰি একাংশ শিক্ষকে ধন সংগ্ৰহ কৰাৰ সুবিধা লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0