57
কোকৰাঝাৰঃ বুধবাৰে অসম আৰক্ষীৰ সপ্তম এপিবিএনৰ ৩২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা পৰিলক্ষিত হয়৷ সপ্তম অসম এপিবিএনৰ প্ৰতিষ্ঠা দিৱস চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়৷ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চৰাইখোলাস্থিত সপ্তম অসমৰ শিবিৰত ব্যাপক উলহ-মালহ আৰু বৰ্ণিল কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
