Home ৰাজ্যমটৰ-শ্ৰমিকক বঞ্চনা কৰাৰ অভিযোগ, ১২ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা ২৪ ঘন্টীয়া চকা বন্ধ

মটৰ-শ্ৰমিকক বঞ্চনা কৰাৰ অভিযোগ, ১২ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা ২৪ ঘন্টীয়া চকা বন্ধ

by News Desk
58 views
A+A-
Reset

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ দিচপুৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও মটৰ শ্ৰমিক সংগঠনে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ জাহিৰ কৰে৷ মটৰ শ্ৰমিকসকলে উত্থাপন কৰি অহা দাবীক গুৰুত্ব প্ৰদান নকৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰি অহা ১২ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাৰ ৰাজ্যজুৰি ২৪ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰে৷

মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাকাৰ্চ ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত সংবাদ ঘোষণা কৰিছে এই বন্ধ কাৰ্যসূচী৷ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ নেতা এ ৰেজ্জাক আমহেদ আৰু অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাকাৰ্চ ফেডাৰেচনৰ নেতা বীৰেণ শৰ্মাই মটৰ শ্ৰমিকক চৰকাৰে বঞ্চনা কৰাৰ প্ৰতিবাদ এই কাৰ্যসূচী ঘোষণা কৰে৷ প্ৰায় ১৬০টা মটৰ শ্ৰমিক সংগঠনে এই কাৰ্যসূচীক সমৰ্থন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0