Home ৰাজ্যMGNREGA আঁচনিৰ নামত ত্ৰিপুৰাত লুট ৰাজ চলাইছে বামপন্থীয়ে

MGNREGA আঁচনিৰ নামত ত্ৰিপুৰাত লুট ৰাজ চলাইছে বামপন্থীয়ে

by News Desk
62 views
A+A-
Reset

আগৰতলাঃ মই ত্ৰিপুৰৰা জনসাধৰণক ধন্যবাদ জনাইছো আপোনালোকে বিজেপিৰ চৰকাৰ বনাবলৈ আগবাঢ়িছে৷ ত্ৰিপুৰাই এক ভয়াবহ দিশেৰে আগবাঢ়ি আছে৷ এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সোমবাৰে পুৱাই ত্ৰিপুৰাত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহে৷ ত্ৰিপুৰাৰ ৰাজধানী পৰা প্ৰায় ১৭৮ কিঃ মিঃ নিলগৰ জবৰণগঞ্জত এখন বিশেষ হেলিকপ্টাৰেৰে উপস্থিত হয়৷

প্ৰথমে গোৰক্ষনাথ মন্দিৰৰ এক অনুষ্ঠানত অংশ লয়৷ তাৰ পিছত ত্ৰিপুৰাৰ ধৰ্ম নগৰত ৰোড শ্বত অংশ লয়৷ ৰোড শ্বৰ অন্তত এখন বিশাল জনসভাত অংশ লৈ যোগী আদিত্য নাথে বিধায়ক বিশ্ব নাথ সেনৰ হৈ প্ৰচাৰ চলাই৷ জনসভাত কংগ্ৰেছ আৰু বামপন্থী চৰকাৰক তীব্ৰ সমালোচনা কৰে যোগীয়ে৷ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত দেশ সলনি হ’ব ধৰিছে বুলি কয় যোগীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0