পৰীক্ষাৰ্থীক বিদ্যুৎ যোগান নধৰে চাহ বাগিচা কৰ্তৃপক্ষই, আমগুৰিত উত্তাল প্ৰতিবাদ

Home ৰাজ্যপৰীক্ষাৰ্থীক বিদ্যুৎ যোগান নধৰে চাহ বাগিচা কৰ্তৃপক্ষই, আমগুৰিত উত্তাল প্ৰতিবাদ

পৰীক্ষাৰ্থীক বিদ্যুৎ যোগান নধৰে চাহ বাগিচা কৰ্তৃপক্ষই, আমগুৰিত উত্তাল প্ৰতিবাদ

by News Desk
62 views
A+A-
Reset

আমগুৰিঃ বতাহ বৰষুণ নাই তথাপিও বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে শিৱসাগৰৰ আমগুৰিৰ জনসাধৰণ৷ আমগুৰিৰ চাহ বাগিচা এলেকাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বহিব লগা ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে সাজু হৈ উঠিছে যদিও বিদ্যুতৰ সঘন আহ-যাহে বিপদত পেলাইছে ছাত্ৰ-ছাত্ৰীসকলক৷

একালত ছাত্ৰ আন্দোলন কৰা লোকে এতিয়া চৰকাৰ চলাই থকাৰ পিছতো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যুতৰ আহ-যাহৰ বাবে হাহাকাৰ কৰিব লগা হৈছে যদিও স্থানীয় বিধায়ক তথা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত সোমবাৰে ৰাজ পথলৈ ওলাই আহি বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0