গোৱাত বিজেপিৰ চৰকাৰ, মুখ্যমন্ত্ৰী হ’ব পাৰিকৰ

Home ৰাজনীতিগোৱাত বিজেপিৰ চৰকাৰ, মুখ্যমন্ত্ৰী হ’ব পাৰিকৰ

গোৱাত বিজেপিৰ চৰকাৰ, মুখ্যমন্ত্ৰী হ’ব পাৰিকৰ

by News Desk
67 views
A+A-
Reset

গোৱাঃ মিত্ৰজোঁটেৰে গোৱাৰ শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হ’ল ভাৰতীয় জনতা দল। দেওবাৰে ৰাতি ৮ বজাত তিনি নিৰ্দলীয় বিধায়ক আৰু দুটা স্থানীয় দলৰ সমৰ্থনত সংখ্যাগৰিষ্ঠ হৈ উঠা বিজেপিৰ দলটোৰ প্ৰমুখ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।

বিজেপিৰ ১৩ জন বিধায়কৰ সৈতে মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টিৰ ৩ জন, গোৱা ফৰৱাৰ্ড পাৰ্টিৰ ৩ জন আৰু তিনি নিৰ্দলীয় বিধায়কৰে মূঠ ২২ জন বিধায়কৰ সমৰ্থনৰ সাক্ষ্য আবেলি দাখিল কৰাৰ পিছতে গোৱাৰ ৰাজ্যপাল মৃদুলা সিংহাই নিযুক্তি দিয়ে পাৰিকৰক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0